as_gen_text_ulb/08/13.txt

1 line
626 B
Plaintext

\v 13 নোহৰ বয়স তেতিয়া ছশ এক বছৰ। সেই বছৰৰ প্ৰথম মাহৰ প্ৰথম দিনৰ পৰা পৃথিবীৰ পানী শুকাবলৈ ধৰিলে; তেতিয়া নোহে জাহাজৰ দুৱাৰখন মেলি বাহিৰলৈ চাই দেখিলে যে, ভূমিৰ ওপৰৰ পানী শুকাই গৈছে। \v 14 দ্বিতীয় মাহৰ সাতাইশ দিনৰ ভিতৰত পৃথিবী একেবাৰে শুকাই গ’ল। \p