as_gen_text_ulb/07/15.txt

1 line
602 B
Plaintext

\v 15 শ্বাস-প্রশ্বাস লৈ জীয়াই থকা সকলো প্ৰাণী এযোৰ এযোৰকৈ নোহৰ ওচৰলৈ আহি জাহাজত সোমাল। \v 16 ঈশ্বৰে তেওঁক যেনেদৰে আজ্ঞা দিছিল, সেই অনুসাৰে সকলো প্ৰাণীৰে মতা আৰু মাইকী জাহাজত সোমালগৈ; তাৰ পাছত পাছত যিহোৱাই জাহাজৰ দুৱাৰ বন্ধ কৰি দিলে। \p