as_gen_text_ulb/06/04.txt

1 line
490 B
Plaintext

\v 4 সেইকালত আৰু পৰৱর্তীকালত পৃথিৱীত নাফিলসকল আছিল। তেওঁলোক আছিল ঈশ্বৰৰ সন্তানসকলৰ লগত মানুহৰ যুৱতীবোৰৰ মিলনৰ ফলত জন্ম পোৱা সন্তান। নাফিলসকল পুৰণিকালৰ মহাবলী পুৰুষৰূপে বিখ্যাত আছিল। \p