as_gen_text_ulb/02/01.txt

1 line
828 B
Plaintext

\v 1 এনেদৰে আকাশ-মণ্ডল আৰু পৃথিবী নির্ম্মাণ কৰা হ’ল; সেই উভয়কে সকলো প্রাণীৰে পৰিপূর্ণ কৰা হ’ল। \v 2 ইতিমধ্যে ঈশ্বৰে তেওঁৰ কাম শেষ কৰি সপ্তম দিনত সোমল আৰু সেইদিনা সকলো কাৰ্য্যৰ পৰা তেওঁ বিশ্ৰাম ল’লে। \v 3 ঈশ্বৰে সেই সপ্তম দিনক আশীৰ্ব্বাদ কৰি পবিত্ৰ কৰিলে; কিয়নো সেইদিনা ঈশ্বৰে নিজৰ সকলো সৃষ্টি কাৰ্য্যৰ পৰা বিশ্ৰাম ল’লে।