as_gen_text_ulb/01/30.txt

1 line
621 B
Plaintext

\v 30 সকলো বনৰীয়া জন্তু, আকাশৰ সকলো চৰাই আৰু মাটিত বগাই ফুৰা সকলো প্রাণীৰ আহাৰৰ কাৰণে সকলো কেচাঁ বন দিলো; তাতে তেনেকুৱাই হ’ল। \p \v 31 পাছত ঈশ্বৰে নিজে নিৰ্ম্মাণ কৰা সকলোকে চালে। সেইবোৰ চাই অতি উত্তম পালে। গধুলি আৰু পুৱা হোৱাৰ পাছত ষষ্ঠ দিন হ’ল।