as_gen_text_ulb/01/22.txt

1 line
562 B
Plaintext

\v 22 ঈশ্বৰে সেইবোৰক আশীৰ্ব্বাদ কৰি ক’লে, “বংশ বৃদ্ধি কৰি তোমালোকে নিজৰ সংখ্যা বঢ়াই তোলা আৰু সমুদ্ৰবোৰৰ পানী পৰিপূৰ্ণ কৰা; পৃথিবীৰ ওপৰত চৰাইবোৰেও নিজৰ সংখ্যা বৃদ্ধি কৰক।” \v 23 গধুলি আৰু পুৱা হোৱাৰ পাছত পঞ্চম দিন হ’ল।