as_gen_text_ulb/49/22.txt

1 line
455 B
Plaintext

\v 22 যোচেফ ফলৱান গছৰ \q2 ডাল; ভুমুকৰ ওচৰত থকা \q2 লাগনী গছৰ ডাল; তাৰ \q2 ডালবোৰ গড়ৰ ওপৰলৈকে জুৰি যায়। \q1 \v 23 ধনুৰ্দ্ধৰসকলে তাক \q2 বৰকৈ ক্লেশ দিলে, আৰু \q2 তালৈ কঢ়িয়াই আনি তাক তাড়না কৰিলে; \q1