as_gen_text_ulb/49/16.txt

1 line
627 B
Plaintext

\v 16 দান ইস্ৰায়েলৰ এক ফৈদ \q2 হ’ল; তেওঁ নিজ লোকসকলৰ সোধ-বিচাৰ কৰিব। \q1 \v 17 দান পথৰ দাঁতিত থকা সাপ, \q2 সি পথৰ দাঁতিত থকা বিষাক্ত সাপ, \q2 যিয়ে ঘোঁৰাৰ ঠেঙত দংশিব পাৰে, য’ত অশ্বাৰোহী জন পাছফালে পৰিব। \q1 \v 18 হে যিহোৱা, মই তোমাৰ \q2 পৰিত্ৰাণলৈ অপেক্ষা কৰি আছোঁ। \q1