as_gen_text_ulb/49/14.txt

1 line
428 B
Plaintext

\v 14 ইচাখৰ বলৱান গাধ; সি \q2 দুটা গৰালৰ মাজত শোৱে। \q1 \v 15 সি জিৰণিক ভাল দেখি, \q2 আৰু দেশক সুন্দৰ দেখি, \q2 ভাৰ ব’বলৈ নিজৰ কান্ধ \q2 পাতি দিলে আৰু কৰি দিবলগীয়া কামৰ ভাৰ লৈ দাস হ’ল। \q1