as_gen_text_ulb/49/05.txt

1 line
582 B
Plaintext

\v 5 চিমিয়োন আৰু লেবী দুয়ো ভাই, সিহঁতৰ \q2 তৰোৱাল হিংস্ৰতাৰ অস্ত্ৰ। \q1 \v 6 মই নিজে সিহঁতৰ সভালৈ নাহিম; \q2 মোৰ হৃদয়ৰ বহু সন্মানৰ বাবে, মই সিহতৰ সমাজত যোগ নহম। \q2 কিয়নো সিহঁতে \q2 ক্ৰোধত নৰ-হত্যা কৰে, \q2 আৰু আনন্দ কৰি ষাড় গৰুবোৰ বধ কৰে। \q1