as_gen_text_ulb/49/01.txt

1 line
563 B
Plaintext

\v 1 পাছত যাকোবে তেওঁৰ পুত্ৰসকলক মাতি আনিলে আৰু ক’লে, “তোমালোক গোট খোৱা; আগলৈ তোমালোকৰ যি যি ঘটিব, সেই বিষয়ে মই তোমালোকক জনাওঁ। \q1 \v 2 হে যাকোবৰ পুত্ৰসকল, \q2 গোট খোৱা আৰু শুনা; \q2 তোমালোকৰ পিতৃ \q2 ইস্ৰায়েলৰ বাক্য শ্ৰৱণ কৰা। \q1