as_gen_text_ulb/47/03.txt

1 line
887 B
Plaintext

\v 3 ফৰৌণে তেওঁলোকক সুধিলে, “আপোনালোকৰ জীৱিকা কি?” \p তেওঁলোকে ক’লে, “আমাৰ পূৰ্বপুৰুষসকলৰ দৰে আপোনাৰ এই দাসসকল পশুপালক।” \v 4 তেওঁলোকে পুণৰ ক’লে, “আমি এই দেশত কিছুকালৰ বাবে থাকিবলৈ আহিছোঁ। কনান দেশত অতিশয় আকাল হোৱাৰ কাৰণে আপোনাৰ এই দাসসকলৰ পশুৰ জাকে খাবলৈ চৰণীয়া ঠাই পোৱা নাই; সেয়েহে দয়া কৰি আপোনাৰ এই দাসসকলক গোচনত থাকিবলৈ অনুমতি দিয়ক।” \p