as_gen_text_ulb/44/06.txt

1 line
475 B
Plaintext

\v 6 এইদৰে সেই ঘৰগিৰীয়েও গৈ বাটত তেওঁলোকক লগ ধৰিলে আৰু এইবোৰ কথা ক’লে। \v 7 কিন্তু তেওঁলোকে তেওঁক ক’লে, “মহাশয়, আপুনি কিয় এনেবোৰ কথা কৈছে? আপোনাৰ দাসসকলৰ পৰা এনে ধৰণৰ কৰ্ম কৰা দূৰ হওক।