as_gen_text_ulb/39/16.txt

1 line
714 B
Plaintext

\v 16 যোচেফৰ প্রভু ঘৰলৈ নহাঁ পর্যন্ত কাপোৰখন তাই নিজৰ ওচৰতে ৰাখিলে। \v 17 পাছত তাই পোটিফৰৰ ওচৰত এই কথা কবলৈ গৈ ক’লে, “তুমি যি ইব্ৰীয়া দাসক আমাৰ ইয়ালৈ আনি ৰাখিছা, সি মোক অপমান কৰিবলৈ মোৰ ইয়ালৈ সোমাই আহিছিল; \v 18 কিন্তু মই চিঞঁৰ-বাখৰ কৰাত সি মোৰ ওচৰত নিজৰ কাপোৰ এৰি বাহিৰলৈ পলাই গ’ল।”