as_gen_text_ulb/36/25.txt

1 line
445 B
Plaintext

\v 25 এই অনাৰ পুত্ৰৰ নাম দিচোন আৰু জীয়েকৰ নাম অহলীবামা। \p \v 26 দিচোনৰ পুত্ৰসকলৰ নাম হিমদন, ইচবন, যিত্ৰন আৰু কৰান। \p \v 27 এচৰৰ পুত্ৰ বিলহন, জাবন, আৰু অকন। \v 28 দীচনৰ পুত্ৰ উচ আৰু অৰান। \p