as_gen_text_ulb/33/04.txt

1 line
697 B
Plaintext

\v 4 তেতিয়া এচৌৱে তেওঁৰ ওচৰলৈ দৌৰি আহি তেওঁক সাৱটি ধৰিলে; ডিঙিত ধৰি সাৱটি চুমা খালে আৰু তাৰপাছত দুয়োৱে কান্দিবলৈ ধৰিলে। \v 5 পাছত এচৌৱে চকু তুলি মহিলা আৰু সন্তানসকলক দেখি সুধিলে, “তোমাৰ লগত এওঁলোক কোন?” যকোবে ক’লে “ঈশ্বৰে অনুগ্ৰহ কৰি আপোনাৰ দাসক এই সকলো সন্তান দিলে।” \p