as_gen_text_ulb/32/22.txt

1 line
594 B
Plaintext

\v 22 সেই ৰাতিয়েই যাকোবে উঠি তেওঁৰ দুজনী ভাৰ্য্যা, দুজনী দাসী আৰু তেওঁৰ এঘাৰজন পুত্রক লৈ খোজকাঢ়ি পাৰ হব পৰা এনে এক খৰাং ঠাইয়েদি যব্বোক নদীৰ সিপাৰে পঠালে। \v 23 এইদৰে তেওঁৰ যি যি আছিল সেই সকলো বস্তুও তেওঁলোকৰ লগত সিপাৰলৈ পঠাই দিলে।