as_gen_text_ulb/31/45.txt

1 line
934 B
Plaintext

\v 45 তেতিয়া যাকোবে এটা শিল আনি তাক স্তম্ভস্বৰূপে স্থাপন কৰিলে। \v 46 যাকোবে তেওঁৰ আত্মীয়সকলক ক’লে “আপোনালোকে শিলবোৰ গোটাওক।” তেতিয়া তেওঁলোকে শিলবোৰ আনি এটা স্তূপ বনালে আৰু সকলোৱে সেই স্তূপৰ কাষতে ভোজনপান কৰিলে। \v 47 লাবনে সেই স্তূপৰ নাম যিগৰ-চাহদুথা (সাক্ষীৰ স্তূপ) ৰাখিলে; কিন্তু যাকোবে হ’লে, তাৰ নাম গলেদ (নিজৰ ভাষাত তাৰ অর্থও হৈছে ‘সাক্ষীৰ স্তূপ) ৰাখিলে। \p