as_gen_text_ulb/29/26.txt

1 line
495 B
Plaintext

\v 26 তেতিয়া লাবনে ক’লে, “ডাঙৰ জনীৰ আগেয়ে সৰু জনীক বিয়া দিয়া আমাৰ নিয়ম নাই। \v 27 এতিয়া তুমি মোৰ এই ছোৱালীৰ বিৱাহৰ উৎসৱ সপ্তাহ পূর্ণ কৰা। তুমি আৰু সাত বছৰ মোৰ সেৱা কৰিলে, আমি তোমাক আন জনীও দিম।” \p