as_gen_text_ulb/29/07.txt

1 line
878 B
Plaintext

\v 7 যাকোবে ক’লে, “চোৱা, বেলি পৰিবলৈ এতিয়াও বহুত দেৰি আছে; পশুবোৰ এঠাইত গোট খোৱাৰ সময় এতিয়াও হোৱা নাই। আপোনালোকে ভেড়াবোৰক পানী খুৱাই আকৌ চৰাবলৈ লৈ যাওঁক।” \v 8 কিন্তু তেওঁলোকে ক’লে, “আটাইবোৰ পশুৰ জাক একেলগে গোট নাখায় মানে আমি সেইবোৰক পানী খুৱাব নোৱাৰোঁ; পাছত নাদৰ মুখৰ পৰা শিলটো আতৰোৱা হব আৰু তেতিয়াহে আমি ভেড়াবোৰক পানী খুৱাব পাৰিম।” \p