as_gen_text_ulb/27/39.txt

1 line
750 B
Plaintext

\v 39 পাছে তেওঁৰ বাপেক ইচহাকে উত্তৰ দি ক’লে, \q1 “চোৱা, যি ঠাইত তুমি বাস কৰিবা \q1 সেই ভূমি উর্বৰ নহ’ব; \q1 তাত আকাশৰ পৰা নিয়ৰ নপৰিব। \q1 \v 40 তুমি নিজৰ তৰোৱালৰ দ্বাৰাই জীবা, \q1 তুমি তোমাৰ ভাইৰ সেৱা কৰিবা; \q1 কিন্তু যেতিয়া তুমি বিদ্রোহী হৈ উঠিবা, \q1 তেতিয়া তুমি তোমাৰ ডিঙিৰ পৰা \q1 তাৰ যুঁৱলি জোকাৰি পেলাবা।”