as_gen_text_ulb/27/29.txt

1 line
714 B
Plaintext

\v 29 লোকসমূহে তোমাৰ সেৱা কৰক \q1 আৰু জাতিবোৰে তোমাৰ আগত প্ৰণিপাত কৰক। \q1 তোমাৰ ভাইসকলৰ ওপৰত তুমি প্ৰভূত্ব কৰা, \q1 আৰু তোমাৰ মাতৃৰ সন্তানসকলে তোমাক প্ৰণিপাত কৰক। \q1 যিসকলে তোমাক শাও দিব, \q2 তেওঁলোক অভিশপ্ত হওঁক; \q1 যিসকলে তোমাক আশীৰ্ব্বাদ কৰিব, \q2 তেওঁলোক আশীৰ্ব্বাদ প্ৰাপ্ত হওঁক।” \p