as_gen_text_ulb/26/21.txt

1 line
780 B
Plaintext

\v 21 পাছে আৰু এটা নাদ খান্দিলে, সিহঁতে তাৰ নিমিত্তেও বিবাদ কৰিলে; তাতে ইচহাকে তাৰ নাম “চিত্না” [বিপক্ষতা] ৰাখিলে। \v 22 আকৌ তেওঁ তাৰ পৰা গৈ, আন এটা নাদ খান্দীলে। তাৰ নিমিত্তে হ’লে সিহঁতে বিবাদ নকৰিলে; তাতে তেওঁ তাৰ নাম ৰহোবোৎ (বহল) ৰাখি ক’লে, “এতিয়াহে যিহোৱাই আমাক বহল ঠাই দিছে; এতেকে আমি দেশত বৃদ্ধি হ’ম।” \p