as_gen_text_ulb/26/12.txt

1 line
718 B
Plaintext

\v 12 সেই কালত ইচহাকে সেই দেশত ধান ৰোপণ কৰি, সেই একে বছৰতেই এশ গুণ পালে; আৰু যিহোৱাই তেওঁক আশীৰ্ব্বাদ কৰিলে আৰু তেওঁ বৰ মানুহ হ’ল; \v 13 আৰু ইচাহাক বৰ ধনী হৈ হৈ, ক্ৰমেৰে অতিশয় মহান ব্যক্তি হ’ল। \v 14 আৰু তেওঁৰ অনেক পশুধন আৰু অনেক দাস-দাসী হ’ল। এইকাৰণে ফিলেষ্টীয়াসকলে তেওঁক ঈৰ্ষা কৰিলে। \p