as_gen_text_ulb/24/45.txt

1 line
751 B
Plaintext

\v 45 এই কথা মই মনতে ভাৱি শেষ নকৰোতেই, চাওক, ৰিবেকাই কান্ধত কলহ লৈ ওলাই আহিল আৰু পানী নিবৰ বাবে জলৰ ভুমুকৰ ওচৰ পালে। তাতে মই তেওঁক ক’লো, ‘অনুৰোধ কৰো, মোক পানী খাবলৈ দিয়া’। \v 46 তেতিয়া তেওঁ বেগতে কান্ধৰ পৰা কলহ নমাই থৈ ক’লে, “খাওঁক, মই আপোনাৰ উটবোৰকো খুৱাম।” তাতে মই খালো আৰু তেওঁ উটবোৰকো খুৱালে।