as_gen_text_ulb/24/19.txt

1 line
592 B
Plaintext

\v 19 এনেদৰে পানী খুৱাই অঁতোৱাৰ পাছত তাই ক’লেআৰু তাক খুৱাই অঁতাই ক’লে, “আপোনাৰ উটবোৰেও পানী খাই নুঠালৈকে মই সিহঁতলৈকো তুলিম।” \v 20 এই বুলি তাই বেগতে ঘোলনিত কলহৰ পানী বাকি দি, আকৌ পানী তুলিবলৈ কুৱাঁলৈ গৈ, উটবোৰলৈ পানী তুলি দি আছিল। \p