as_gen_text_ulb/23/05.txt

1 line
742 B
Plaintext

\v 5 তেতিয়া হেতৰ সন্তানসকলে অব্ৰাহামক উত্তৰ দি ক’লে, \v 6 “হে মালিক, আমাৰ কথা শুনক; আপুনি আমাৰ মাজত ঈশ্বৰৰ এজন নিযুক্ত ৰজা স্বৰূপ; আমাৰ কবৰবোৰৰ আটাইতকৈ উত্তমটো নির্বাচন কৰি তাতেই আপোনাৰ মৃতকক কবৰ দিয়ক। আপোনাৰ মৃতকক কবৰ দিবৰ কাৰণে আমাৰ মাজৰ কোনেও নিজৰ কবৰস্থান এৰি দিবলৈ আপত্তি নকৰিব।” \p