as_gen_text_ulb/19/36.txt

1 line
784 B
Plaintext

\v 36 এইদৰে লোটৰ দুয়ো জনী জীয়েক নিজ বাপেকৰ দ্বাৰা গৰ্ভৱতী হ’ল। \v 37 পাছত ডাঙৰজনীৰ এটি পুত্ৰ হ’ল আৰু তেওঁ তাৰ নাম মোৱাব (পিতৃৰ পৰা) ৰাখিলে; এই মোৱাবেই বর্তমানৰ মোৱাবীয়াহঁতৰ আদিপিতৃ। \v 38 পাছত সৰুজনীয়েও এটি পুত্ৰ প্ৰসব কৰিলে আৰু তাৰ নাম বিন-অম্মি (আমাৰ বংশৰ সন্তান) থ’লে; তেওঁ বর্তমানৰ অম্মোনীয়াহঁতৰ আদিপিতৃ।