as_gen_text_ulb/19/23.txt

1 line
593 B
Plaintext

\v 23 লোটে যেতিয়া চোৱৰ গৈ পালে তেতিয়া সূৰ্য্য উদয় হৈছিল। \v 24 তেনেতে যিহোৱাই আকাশৰ পৰা চদোম আৰু ঘমোৰাৰ ওপৰত গন্ধক আৰু অগ্নি বর্ষাবলৈ ধৰিলে। \v 25 তেওঁ সেই নগৰকেইখন, গোটেই সমথল, নগৰৰ সকলো লোক আৰু ভূমিত গজা সকলো বস্তুকে বিনষ্ট কৰিলে। \p