as_gen_text_ulb/11/27.txt

1 line
457 B
Plaintext

\v 27 তেৰহৰ বংশৰ বিৱৰণ এই। তেৰহৰ সন্তানসকল আছিল অব্ৰাম, নাহোৰ আৰু হাৰণ; হাৰণৰ সন্তানৰ নাম আছিল লোট। \v 28 পিতৃ তেৰহ জীয়াই থাকোতেই জন্মস্থান কলদীয়াসকলৰ উৰ নগৰত হাৰণৰ মৃত্যু হৈছিল।