as_gen_text_ulb/11/18.txt

1 line
392 B
Plaintext

\v 18 পেলগৰ ত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র ৰিয়ু জন্মিল। \v 19 ৰিয়ুৰ জন্মৰ পাছত পেলগ পুণৰ দুশ ন বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুত্র আৰু কন্যাসকল জন্মিল। \p