as_gen_text_ulb/11/16.txt

1 line
399 B
Plaintext

\v 16 এবৰৰ চৌত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র পেলগ জন্মিল; \v 17 পেলগৰ জন্মৰ পাছত এবৰ পুণৰ চাৰি শ ত্ৰিশ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুত্র-কন্যাসকল জন্মিল। \p