as_gen_text_ulb/11/08.txt

1 line
701 B
Plaintext

\v 8 এইদৰে যিহোৱাই তেওঁলোককক সেই ঠাইৰ পৰা গোটেই পৃথিৱীতে সিচঁৰিত কৰিলে; তাতে তেওঁলোকে সেই নগৰ সজাৰ কাম বন্ধ কৰিলে। \v 9 এইবাবেই সেই ঠাইৰ নাম বাবিল (ভেদ) ৰখা হ’ল, কিয়নো সেই ঠাইতেই যিহোৱাই গোটেই পৃথিৱীত ভাষাৰ ভেদ জন্মালে আৰু তাৰ পৰাই যিহোৱাই তেওঁলোকক পৃথিৱীত সিচঁৰিত কৰিলে।