as_gen_text_ulb/10/06.txt

1 line
364 B
Plaintext

\v 6 হামৰ সন্তানসকলৰ নাম কুচ, মিচৰ, পুট, আৰু কনান। \v 7 কুচৰ সন্তানসকল হ’ল চবা, হবীলা, চব্তা, ৰয়মা, আৰু চব্তকা; ৰয়মাৰ সন্তানসকল হ’ল চিবা আৰু দদান। \p