as_gen_text_ulb/10/02.txt

1 line
906 B
Plaintext

\v 2 যেফতৰ সন্তানসকলৰ নাম গোমৰ, মাগোগ, মাদয়, যাবন, তুবল, মেচেক আৰু তীৰচ। \v 3 গোমৰৰ সন্তানসকল হ’ল অস্কিনজ, ৰীফৎ, আৰু তোগৰ্মা। \v 4 যাবনৰ সন্তানসকল হ’ল ইলীচা, তৰ্চীচ, কিত্তীম আৰু দোদানীম। \v 5 যাবনৰ বংশৰ লোকসকলে সাগৰৰ কাষৰীয় অঞ্চল আৰু দ্বীপবোৰত বসবাস কৰিলে। তেওঁলোকৰ বংশধৰসকল বিভক্ত হৈ বিভিন্ন জাতি হ’ল আৰু প্রত্যেক জাতিৰ নিজস্ব ভাষা, গোষ্ঠী আৰু অঞ্চল হ’ল।