as_gen_text_ulb/09/03.txt

1 line
567 B
Plaintext

\v 3 সকলো চলা-ফুৰা কৰা প্রাণীয়েই তোমালোকৰ আহাৰ হ’ব; যি দৰে তোমালোকক সকলো সেউজীয়া শস্য আদি আহাৰ হিচাবে দিলো, তেনেদৰে এতিয়া মই এই সকলোবোৰ তোমালোকক দিছোঁ। \v 4 কিন্তু প্রাণে সৈতে অৰ্থাৎ তেজেৰে সৈতে তোমালোকে মঙহ নাখাবা। \p