as_gen_text_ulb/06/07.txt

1 line
648 B
Plaintext

\v 7 সেয়ে যিহোৱাই ক’লে, “মই নিজে সৃষ্টি কৰা মানুহক পৃথিবীৰ পৰা উচ্ছন্ন কৰিম; মানুহৰ লগতে সকলো ডাঙৰ জীৱ-জন্তু, বগাই ফুৰা প্রাণী আৰু আকাশৰ চৰাইবোৰ লুপ্ত কৰিম; কিয়নো এই সকলোকে সৃষ্টি কৰি মই দুঃখ পাইছো। \v 8 কিন্তু নোহৰ প্রতি যিহোৱাৰ অনুগ্রহৰ দৃষ্টি আছিল।