as_gen_text_ulb/01/03.txt

1 line
799 B
Plaintext

\v 3 ঈশ্বৰে ক’লে, “পোহৰ হওক,” তাতে পোহৰ হ’ল। \v 4 তেতিয়া ঈশ্বৰে পোহৰক অতি উত্তম দেখিলে; তেওঁ আন্ধাৰৰ পৰা পোহৰক পৃথক কৰিলে। \v 5 পাছত ঈশ্বৰে পোহৰৰ নাম “দিন” আৰু আন্ধাৰৰ নাম “ৰাতি” থলে। এইদৰে গধুলি হ’ল আৰু পুৱা হোৱাত এক দিন হ’ল। পাছে ঈশ্বৰে পোহৰৰ নাম দিন, আৰু আন্ধাৰৰ নাম ৰাতি থলে। গধুলি আৰু পুৱা হোৱাত প্রথম দিন হ’ল।