as_gen_text_ulb/46/08.txt

1 line
822 B
Plaintext
Raw Normal View History

\v 8 ইস্রায়েলীয়াসকল অর্থাৎ যাকোব আৰু তেওঁৰ বংশৰ যি সন্তানসকল মিচৰ দেশলৈ আহিছিল, তেওঁলোকৰ নামৰ তালিকা এই: \p যাকোবৰ জেষ্ঠ পুত্ৰ ৰূবেণ। \v 9 ৰূবেণৰ পুত্র হনোক, পল্লু, হিষ্রোণ, আৰু কৰ্ম্মী। \v 10 চিমিয়োনৰ পুত্র যিমূৱেল, যামীন, ওহদ, যাখীন, চোহৰ আৰু চৌল। চৌল এগৰাকী কনানীয়া মহিলাৰ পুত্র। \v 11 লেবীৰ পুত্র গেৰ্চোন, কহাৎ, আৰু মৰাৰী।