as_gen_text_ulb/23/10.txt

1 line
876 B
Plaintext
Raw Normal View History

\v 10 তেতিয়া হেতৰ সন্তানসকলৰ মাজত ইফ্রোণ বহি আছিল। হেতৰ সন্তানসকল আৰু নগৰৰ প্রৱেশ দুৱাৰেদি সোমোৱা সকলোৱে শুনাকৈ, হিত্তীয়া ইফ্ৰোণে অব্ৰাহামক উত্তৰ দি ক’লে, \v 11 “নহয়, মোৰ প্ৰভু, মোৰ কথা শুনক, পথাৰ খন মই আপোনাক দিছোঁ আৰু তাত থকা গুহাটো মই আপোনাক দিছোঁ; মই স্ব-জাতীয় সকলৰ সাক্ষাতেই আপোনাক দিছোঁ; যাতে আপোনাৰ ইচ্ছামতে নিজ পত্নীক মৈদাম দিয়ে।” \p