Zechariah update
This commit is contained in:
parent
632744f939
commit
223ce36ebe
50
38-ZEC.usfm
50
38-ZEC.usfm
|
@ -137,53 +137,49 @@
|
|||
\c 4
|
||||
\s জখৰিয়াৰ পঞ্চম দৰ্শন।
|
||||
\p
|
||||
\v 1 পাছত মোৰে সৈতে কথা হোৱা দূতজন পুনৰ উভতি আহিল, আৰু টোপনিত থকা মানুহক জগোৱাৰ পৰা মানুহ জগোৱাৰ দৰে মোক জগালে।
|
||||
\v 2 তেওঁ মোক ক’লে, “তুমি কি কৰিছা?” তেতিয়া মই ক’লোঁ, “মই সম্পূৰ্ণ সোণেৰে নিৰ্মান কৰা এক দীপাধাৰ দেখিছোঁ; তাৰে ওপৰত এটা পাত্ৰ আছে। তাতে তাৰ ওপৰত তাৰ সাতোটা প্ৰদীপ আছে, আৰু তাৰ মূৰত থকা প্ৰত্যেক দীপাধাৰাৰ সৈতে সাতডালকৈ শলিতা আছে;
|
||||
\v 3 আৰু তাৰ ওচৰত দুজোপা জিতগছ আছে, এজোপা তেলাধাৰৰ সোঁফাল আৰু আনজোপা তাৰ বাওঁফালে।”
|
||||
\v 1 পাছত মোৰে সৈতে কথা হোৱা দূতজন পুনৰ উভতি আহিল, আৰু টোপনিত থকা মানুহক জগোৱাৰ দৰে মোক জগালে।
|
||||
\v 2 তেওঁ মোক ক’লে, “তুমি কি দেখিছা?” তেতিয়া মই ক’লোঁ, “মই সম্পূৰ্ণ সোণেৰে নিৰ্মান কৰা এক দীপাধাৰ দেখিছোঁ; তাৰে ওপৰত এটা পাত্ৰ আছে। তাতে সেই পাত্ৰৰ ওপৰত সাতোটা প্ৰদীপ আছে, আৰু তাৰ ওপৰত থকা প্ৰত্যেক দীপাধাৰাৰ সৈতে সাতডালকৈ শলিতা আছে;
|
||||
\v 3 আৰু তাৰ ওচৰত দুজোপা জিতগছ আছে, এজোপা তেলধাৰৰ সোঁফাল আৰু আনজোপা তাৰ বাওঁফালে।”
|
||||
\p
|
||||
\s5
|
||||
\v 4 পাছত মোৰে সৈতে কথা হোৱা দূতজনক আকৌ মই সুধিলোঁ, “হে মোৰ প্ৰভু এইবোৰৰ অর্থ কি?”
|
||||
\v 5 তেতিয়া মোৰে সৈতে কথা হৈ থকা দূতজনে উত্তৰ দি মোক ক’লে, “তাক তুমি নাজানা নে?” মই ক’লো, “হে মোৰ প্ৰভু নাজানো।”
|
||||
\v 5 তেতিয়া মোৰে সৈতে কথা হৈ থকা দূতজনে উত্তৰ দি মোক ক’লে, “ইয়াকো তুমি নাজানা নে?” মই ক’লো, “হে মোৰ প্ৰভু, মই নাজানো।”
|
||||
\p
|
||||
\s5
|
||||
\v 6 তেতিয়া তেওঁ উত্তৰ দি মোক এই কথা ক’লে,
|
||||
\v 7 “সেই সাতোটা প্ৰদীপ হ’ল, পৃথিবীৰ চাৰিওফালে ভ্ৰমি ফুৰা যিহোৱাৰ চকু।”
|
||||
\p
|
||||
\s5
|
||||
\v 8 পাছত মই তেওঁক উত্তৰ দিলো আৰু আকৌ সুধিলোঁ, “দীপাধাৰৰ সোঁ আৰু বাওঁফালে থকা এই দুজোপা জিতগছ কি?”
|
||||
\v 9 তেতিয়া মই তেওঁক সুধিলো আৰু ক’লো, “যি দুডাল সোণোৱালী নলাই নিজৰ নিজৰ পৰা সোণোৱালী তেল ঢালি দিয়ে, সেই নলা দুডালৰ ওচৰত থকা জিতগছৰ সেই দুটা ডাল বা কি?”
|
||||
\v 10 এইদৰে তেওঁ মোক উত্তৰ দি ক’লে, “সেই কেইডাল কি, তাক তুমি নাজানা নে? মই ক’লো, “হে মোৰ প্ৰভু, মই নাজানো।”
|
||||
\v 11 তেতিয়া তেওঁ মোক ক’লে, “গোটেই পৃথিৱীৰ যিহোৱাৰ ওচৰত থিয় হৈ থকা এই দুডাল তেল যোগাওঁতা পুৰুষ।”
|
||||
\q
|
||||
\s5
|
||||
\v 12 দূতে মোক ক’লে, “জৰুব্বাবিললৈ অহা যিহোৱাৰ বাক্য এই,
|
||||
\v 6 তেতিয়া তেওঁ উত্তৰ দি মোক এই কথা ক’লে, “জৰুব্বাবিললৈ অহা যিহোৱাৰ বাক্য এই,
|
||||
\q ‘শক্তি বা পৰাক্ৰমৰ দ্বাৰাই নহয়, কিন্তু মোৰ আত্মাৰ দ্বাৰাইহে,’
|
||||
\q ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।”
|
||||
\q
|
||||
\v 13 “হে বৃহৎ পৰ্ব্বত, তুমি কোন? জৰুব্বাবিলৰ আগত তুমি সমথল হৈ যাবা,
|
||||
\q আৰু ‘অনুগ্ৰহ, অনুগ্ৰহ!’ জয়ধ্বনিৰে তেওঁ প্ৰধান শিলটো উলিয়াই আনিলে।”
|
||||
\v 7
|
||||
\q1 “হে বৃহৎ পৰ্ব্বত, তুমি কোন? জৰুব্বাবিলৰ আগত তুমি সমথল হৈ যাবা,
|
||||
\q আৰু ‘অনুগ্ৰহ, ইয়ালৈ অনুগ্ৰহ হওক!’ এই জয়ধ্বনিৰ সৈতে তেওঁ প্ৰধান শিলটো উলিয়াই আনিব।”
|
||||
\p
|
||||
\s5
|
||||
\v 8 পাছত যিহোৱাৰ বাক্য মোলৈ আহিল আৰু ক’লে,
|
||||
\v 9 “বোলে, জৰুব্বাবিলৰ হাতে এই গৃহটিৰ ভিত্তিমূল স্থাপন কৰিলে আৰু তেওঁৰ হাতে ইয়াক সমাপ্তও কৰিব; ইয়াতে তুমি জানিবা যে, বাহিনীসকলৰ যিহোৱাই মোক তোমালোকৰ ওচৰলৈ পঠালে
|
||||
\v 10 কিয়নো সৰু সৰু বিষয়ৰ দিন কোনে হেয়জ্ঞান কৰিব? তেতিয়া লোকসকলে আনন্দ কৰিব আৰু জৰুব্বাবিলৰ হাতত ওলোম-ৰচীডাল দেখিব। এইবোৰেই গোটেই পৃথিৱীত ইফালৰ পৰা সিফালে ভ্ৰমি ফুৰে।
|
||||
\v 11 পাছত মই তেওঁক উত্তৰ দিলো আৰু আকৌ সুধিলোঁ, “দীপাধাৰৰ সোঁ আৰু বাওঁফালে থকা এই দুজোপা জিতগছ কি?”
|
||||
\q
|
||||
\s5
|
||||
\v 14 যিহোৱাৰ বাক্য মোলৈ আহিল আৰু ক’লে,
|
||||
\v 12 পাছত দ্বিতীয়বাৰ মই তেওঁক সুধিলো আৰু ক’লো, “যি দুডাল সোণোৱালী নলীয়ে নিজৰ নিজৰ পৰা সোণোৱালী তেল ঢালি দিয়ে, সেই নলী দুডালৰ ওচৰত থকা জিতগছৰ সেই ডালদুটা বা কি?”
|
||||
\q
|
||||
\v 15 “বোলে, জৰুব্বাবিলৰ হাতে এই গৃহটিৰ ভিত্তিমূল স্থাপন কৰিলে আৰু তেওঁৰ হাতে ইয়াক সমাপ্তও কৰিব;
|
||||
\q তাতে তুমি জানিবা, যে, বাহিনীসকলৰ যিহোৱাই মোক তোমালোকৰ ওচৰলৈ পঠালে, জৰুব্বাবিলে ক’লে।
|
||||
\v 13 তেতিয়া তেওঁ মোক উত্তৰ দি ক’লে, “সেই কেইডাল কি, ইয়াকো তুমি নাজানা নে?” মই ক’লো, “হে মোৰ প্ৰভু, মই নাজানো।”
|
||||
\q
|
||||
\v 16 কিয়নো সৰু সৰু বিষয়ৰ দিন কোনে হেয়জ্ঞান কৰিব? তেতিয়া লোকসকলে আনন্দ কৰিব আৰু জৰুব্বাবিলৰ হাতত ওলোমা জৰীডাল দেখিব।
|
||||
\s5
|
||||
\v 14 তেতিয়া তেওঁ মোক ক’লে, “গোটেই পৃথিৱীৰ যিহোৱাৰ ওচৰত থিয় হৈ থকা এই দুডাল তেল যোগাওঁতা পুৰুষ।”
|
||||
|
||||
\s5
|
||||
\c 5
|
||||
\s জখৰিয়াৰ ষষ্ঠ আৰু সপ্তম দৰ্শন।
|
||||
\p
|
||||
\v 1 পাছত মই উভতি আহিলো আৰু চকু তুলি চালো, তাতে মই এখন উড়ি থকা এখন নুৰিয়াব পৰা পুথি দেখিলোঁ।
|
||||
\v 1 পাছত মই উভতি আহিলো আৰু চকু তুলি চালো, তাতে মই এখন উড়ি থকা নুৰিয়াব পৰা পুথি দেখিলোঁ।
|
||||
\v 2 তেতিয়া দূতে মোক ক’লে, “তুমি কি দেখিছা?” মই উত্তৰ দি ক’লোঁ, “মই নুৰিয়াব পৰা এখন উড়ি থকা পুথি দেখিছোঁ, সেয়ে দীঘলে বিশ হাত আৰু বহলে দহ হাত।”
|
||||
\p
|
||||
\s5
|
||||
\v 3 তেতিয়া তেওঁ মোক ক’লে, “গোটেই দেশৰ ওপৰেদি ওলাই যোৱা এয়ে অভিশাপ, কিয়নো যেয়ে চুৰ কৰে, সি তাৰ এপিঠিৰ মতে উচ্ছন্ন হ’ব আৰু যেয়ে মিছা শপত খায়, সি তাৰ আন পিঠিৰ মতে উচ্ছন্ন হ’ব।
|
||||
\v 3 তেতিয়া তেওঁ মোক ক’লে, “গোটেই দেশৰ ওপৰেদি ওলাই যোৱা এয়ে অভিশাপ, কিয়নো যিয়ে চুৰ কৰে, সি তাৰ এপিঠিৰ মতে উচ্ছন্ন হ’ব আৰু যিয়ে মিছা শপত খায়, সি তাৰ আন পিঠিৰ মতে উচ্ছন্ন হ’ব।
|
||||
\q
|
||||
\v 4 বাহিনীসকলৰ যিহোৱাই কৈছে, ‘তাক মই উলিয়ালোঁ,’
|
||||
\q আৰু সেয়ে চোৰৰ ঘৰত আৰু মোৰ নামেৰে মিছা শপত লোৱাজনৰ ঘৰত সোমাব।
|
||||
\q আৰু সেয়ে তাৰ ঘৰৰ মাজত থাকি কাঠ আৰু শিলে সৈতে তাক বিনষ্ট কৰিব।
|
||||
\v 4 বাহিনীসকলৰ যিহোৱাই কৈছে, ‘ইয়াক মই উলিয়ালোঁ,’
|
||||
\q আৰু সেয়ে চোৰৰ ঘৰত আৰু মোৰ নামেৰে মিছা শপত খোৱাজনৰ ঘৰত সোমাব।
|
||||
\q আৰু সেয়ে তাৰ ঘৰৰ মাজত থাকি কাঠ আৰু শিলে সৈতে তাক বিনষ্ট কৰিব।”
|
||||
\p
|
||||
\s5
|
||||
\v 5 তেতিয়া মোৰে সৈতে কথা হোৱা দূতজনে ওলাই আহি মোক ক’লে, “তুমি চকু তুলি চোৱা, সৌটো কি আহিছে?
|
||||
|
|
|
@ -20,12 +20,12 @@
|
|||
description: 'An unrestricted literal Bible'
|
||||
format: 'text/usfm'
|
||||
identifier: 'ulb'
|
||||
issued: '2018-02-05'
|
||||
issued: '2018-02-12'
|
||||
language:
|
||||
direction: 'ltr'
|
||||
identifier: 'as'
|
||||
title: অসমীয়া
|
||||
modified: '2018-02-05'
|
||||
modified: '2018-02-12'
|
||||
publisher: 'unfoldingWord'
|
||||
relation:
|
||||
- 'as/tn'
|
||||
|
@ -40,7 +40,7 @@
|
|||
subject: 'Bible'
|
||||
title: 'Assamese Unlocked Literal Bible'
|
||||
type: 'bundle'
|
||||
version: '3'
|
||||
version: '4'
|
||||
|
||||
checking:
|
||||
checking_entity:
|
||||
|
|
Loading…
Reference in New Issue