# পৌলে ওনীচিমৰ পিতৃ কেতিয়া হৈছিল ? পৌলে যেতিয়া কাৰাগাৰত আছিল তেতিয়াই তেওঁ ওনীচিমৰ পিতৃ হৈছিল (১:১০)। # পৌলে ওনীচিমৰ লগত কি কৰিছিল ? পৌলে ওনীচিমক উভটাই পঠিয়াইছিল (১:১২)। # পৌলে ওনীচিমক কি কৰাটো বিচাৰিছিল ? ওনীচিমে পৌলক সহায় কৰাটো তেওঁ বিচাৰিছিল (১:১৩)।