পৌলে উত্তৰ আশা নকৰা প্ৰশ্ন সমূহৰ উত্তৰ দি যায় আৰু তাৰ দ্বাৰাই তেওঁ কোৱা বিষয় সমূহ সত্য বুলি দাবী কৰিব বিচাৰে।(চাওঁকঃ Rhetorical Question) # তেন্তে শৰীৰৰ সম্বন্ধে হোৱা আমাৰ ওপৰ পুৰুষ যি আব্ৰাহাম, তেওঁৰ বিষয়ে আমি কি কম? “শৰীৰৰ সম্বন্ধে হোৱা আমাৰ ওপৰ পুৰুষ আব্ৰাহামে ইয়াক বিচাৰি পালে।” পৌলে প্ৰশ্ন সোধাৰ দ্বাৰাই তেওঁৰ পঢ়ুৱৈ সকলক আকৰ্ষিত কৰিব বিচাৰিছে আৰু কিবা নতুন বিষয় এটাৰ সম্বন্ধে আলোচনা আৰম্ভ কৰিব বিচাৰিছে।(চাওঁকঃ Rhetorical Question)। # কাৰণ শাস্ত্ৰই কি কৈছে “কিয়নো আমি শাস্ত্ৰ পঢ়িব পাৰো”(চাওঁকঃ Rhetorical Question আৰু Personification) # তেওঁলৈ ধাৰ্ম্মিকতাৰ অৰ্থে গণিত হ’ল “আৰু ঈশ্বৰে আব্ৰাহামক এজন ধাৰ্ম্মিক ব্যক্তি বুলি গণিত কৰিলে”(চাওঁকঃ Active or Passive)