পিতৰে ১:১৬ পদত বিশ্বাসী সকললৈ দিয়া বক্তৃতা অব্যাহত ৰাখিছে৷ # এইটো প্ৰয়োজন সেই কাৰণে গীতমালা পৰা পদকেইটা কিয় উদ্ধৃতি দিলে তাক পিতৰে কবলৈ গৈছে আৰু তেওঁলোকে কি কৰা উচিত তাকো কবলৈ যুগুত হৈছে৷ # যিবিলাক মানুহ আমাৰ সংগী আছিল..এইবিলাকৰ মাজৰ পৰাই এজন আমাৰ সৈতে তেওঁৰ পুনৰুত্থানৰ সাক্ষীহোৱা উচিত পিতৰে যিহূদাৰ ঠাইত লবলগীয়া পাঁচিন জনৰ অৰ্হতাৰ সংজ্ঞা নিৰ্ধাৰণ কৰিছে৷ # তেওঁলোকে দুজন মানুহক আগবঢাই দিলে সিহতে, যিহূদাৰ সলনি মানুহ বিচাৰোতে, তেওঁলোকে দুজন মানুহ পালে যি কেইজনৰ অৰ্হতা আছিল৷ # তেতিয়া বৰ্নাব্বা বুলি মতা যোচেফ, যিজনক যুষ্ট বুলিও জানিছিল যোচেফক বৰ্বাব্বা আৰু যুষ্ট নামৰ দ্বাৰাও জনা হৈছিল৷