as_tn/act/03/19.md

14 lines
642 B
Markdown
Raw Permalink Normal View History

2018-07-19 20:52:16 +00:00
পিতৰে ৩:১৩ ত আৰম্ভ কৰি যিহুদীবিলাকলৈ দিয়া বক্তৃতা অব্যাহত ৰাখিছে
# আকৌ ঘুৰা
“ঈশ্বৰলৈ পুনৰ ঘুৰা”
# যাতে ঈশ্বৰৰ উপস্থিতিৰ পৰা শান্তিৰ কাল আহিব পাৰে
“যাতে ঈশ্বৰে তোমালোকক শাক্তিমন্ত কৰিব পাৰে”
# দাগ মচিলে
“মোহৰ নাইকীয়া কৰিলে” বা “ব্যৰ্থ কৰিলে”