removed trademark paragraph
This commit is contained in:
parent
a466862fc5
commit
1413900813
|
@ -1,13 +1,11 @@
|
|||
আনফলডিং ৱৰ্ড® অপেন বাইবেল স্তৰিইচ
|
||||
**আনফলডিং ৱৰ্ড® অপেন বাইবেল স্তৰিইচ**
|
||||
|
||||
সকলো ভাষাৰ বাবে বিনামূলীয়া ক্ষুদ্ৰ বাইবেল সংকলন
|
||||
**সকলো ভাষাৰ বাবে বিনামূলীয়া ক্ষুদ্ৰ বাইবেল সংকলন**
|
||||
|
||||
[https://openbiblestories.org](https://openbiblestories.org)
|
||||
|
||||
এই কাৰ্য্যসূচী ক্ৰিয়েটিভ ক’মন এট্ৰিবিউচন-চেয়াৰ এলাইক ৪.০ ইন্টাৰনেট লাইচেঞ্চৰ দ্বাৰাই সকলোৰে বাবে সহজলভ্য কৰা হৈছে ৷ এই লাইচেঞ্চ খনি চবলৈ হলে, আপোনালোকে ইয়াক তলৰ ইন্টাৰনেট ঠিকনা সমূহ চাওঁক [http://creativecommons.org/licenses/by-sa/4.0/](http://creativecommons.org/licenses/by-sa/4.0/) বা ক্ৰিয়েটিভ ক’মন, পঃঅঃবক্স- ১৮৬৬, মাউন্টেইন ভিই, চিএ ৯৪০৪২, আমেৰিকা, এই ঠিকনাত চিঠি পঠিয়াওঁক ৷
|
||||
|
||||
আনফ’লডিং ৱৰ্ড® এটা স্বীকৃত্তি প্ৰাপ্ত অনুস্থান হয় ৷ আনফ’লডিং ৱৰ্ডৰ লগ’ বা নাম ব্যৱহাৰ কৰিবৰ বাবে অনুমতিৰ প্ৰয়োজন হয় ৷ আনফলডিং ৱৰ্ডৰ নিময়ৰ মজাত থাকি আপুনি ইয়াৰ উৎস সমূহ বিনামূলীয়া ভাৱে ব্যৱহাৰ কৰিবৰ পাৰিব ৷ আপুনি ইয়াৰ উৎসৰ কোনো অনুবাদ সাল-সলনি কৰিব বিচাৰে সেই নতুনকৈ অনুবাদ কৰা উৎসৰ পৰা আনফলডিং ৱৰ্ডৰ® লগ’ ব্যৱহাৰ কৰিব নোৱাৰিব ৷
|
||||
|
||||
গৌণ কাৰ্য্য সমূহত, আপুনি কোন অংশ সালসলনি কৰিছে ইয়াক স্পষ্টকৈ উল্লেখ কৰিব এই দৰেঃ “আনফলডিং ৱৰ্ডৰ প্ৰকৃত উৎস সমূহ আপোনালোকে পাব” [https://openbiblestories.org](https://openbiblestories.org)”. ৷ আপোনালোকে আপোনালোকৰ গৌণ কাম সমূহ একেটা অনুজ্ঞা পত্ৰৰ অধিনত সকলোৰে বাবে সহজলভ্য কৰি ৰাখিব পাৰিব ৷
|
||||
|
||||
আপুনি আনফ’লডিং ৱৰ্ডৰ বাবে কৰা অনুবাদ সন্দৰ্ভত যদি প্ৰয়োজনীয় জাননী সমূহ লাভ কৰি থাকিব বিচাৰে তেনে হলে অনুগ্ৰহ কৰি আমাৰ লগত এই ঠিকনাত যোগাযোগ কৰক [https://unfoldingword.org/contact/](https://unfoldingword.org/contact/).
|
||||
|
|
Loading…
Reference in New Issue