as_ulb/64-2JN.usfm

33 lines
4.3 KiB
Plaintext
Raw Normal View History

2018-08-07 00:03:00 +00:00
\id 2JN
2016-11-14 20:14:36 +00:00
\ide UTF-8
2022-05-13 17:38:09 +00:00
\h 2 যোহন
\toc1 2যোহন
\toc2 2যোহন
2018-08-07 00:03:00 +00:00
\toc3 2jn
2022-05-13 17:38:09 +00:00
\mt1 2যোহন
2016-11-14 20:14:36 +00:00
\s5
\c 1
\p
2022-05-13 17:38:09 +00:00
\v 1 ঈশ্বৰৰ মনোনীত সেই ভদ্ৰ মহিলা পৰিচাৰিকা আৰু তেখেতৰ সন্তানসকলক মই সচাকে প্ৰেম কৰো; মাত্ৰ ময়েই নহয়, কিন্তু যি সকলে সত্যক জানে তেওঁলোকেও প্ৰেম কৰে৷
2018-08-07 00:03:00 +00:00
\v 2 কাৰণ সেই সত্য আমাৰ অন্তৰত আছে আৰু আমাৰ সৈতে চিৰকাল থাকিব৷
2022-05-13 17:38:09 +00:00
\v 3 পিতৃ ঈশ্বৰৰ পৰা আৰু পিতৃৰ পুত্ৰ যীচু খ্ৰীষ্টৰ পৰাও অনুগ্ৰহ, দয়া আৰু শান্তি, সত্যত আৰু প্ৰেমত আমাৰে সৈতে আছে।
2016-11-14 20:14:36 +00:00
\s5
\p
2022-05-13 17:38:09 +00:00
\v 4 আমি পিতৃৰ পৰা পোৱা আজ্ঞা গ্ৰহণ কৰাৰ দৰে তোমাৰ কিছুমান সন্তানে সত্যত চলি থকা দেখি, মই অতি আনন্দিত হৈছো৷
\v 5 হে ভদ্ৰ মহিলা \f + \ft কুৰিয় \f* , এতিয়া মই তোমাক মিনতি কৰো যে, তোমালৈ মই কোনো এটা নতুন আজ্ঞা লিখা নাই, কিন্তু আমি আৰম্ভণিৰে পৰা পোৱাৰ দৰে পৰস্পৰে প্ৰেম কৰা উচিত \f + \ft যো 13:34 \f* ।
\v 6 আৰু প্ৰেম এইয়াই হয়, য’ত আমি তেওঁৰ আজ্ঞা অনুসাৰে চলো৷ \f + \ft যো 14:15, 21 \f* এই আজ্ঞা তোমালোকে আৰম্ভণিৰে পৰা শুনি আহিছা, সেয়েহে ইয়াতে তোমালোকে চলা।
2016-11-14 20:14:36 +00:00
\s5
\p
2022-05-13 17:38:09 +00:00
\v 7 কিয়নো অনেক প্রৱঞ্চক জগতত ওলাল; তেওঁলোকে যীচু খ্ৰীষ্টক মাংসত অহা বুলি স্বীকাৰ নকৰে৷ এওঁলোকেই প্ৰবঞ্চক আৰু খ্ৰীষ্টাৰি।
\v 8 তুমি নিজকে চোৱা, যি বিষয়ৰ বাবে আমাৰ কৰ্ম কৰিব লগীয়া আছে, সেয়া নেহেৰুৱাবা, কিন্তু সম্পূৰ্ণ পুৰস্কাৰ গ্ৰহণ কৰা৷ \f + \ft 1ম কৰি 3:8-15; প্ৰ 3:11 \f* এই কাৰণতে নিজলৈ সাৱধান হবা।
2018-08-07 00:03:00 +00:00
\s5
2016-11-14 20:14:36 +00:00
\p
2022-05-13 17:38:09 +00:00
\v 9 যি কোনোৱে খ্রীষ্টৰ উপদেশত নাথাকি সীমা পাৰ হৈ যায়, তেওঁত ঈশ্বৰ নাই; যি জনে সেই উপদেশত থাকে, তেওঁত পিতৃ আৰু পুত্ৰ, এই উভয়েই আছে।
\v 10 যদি কোনো এজন তোমাৰ ওচৰলৈ আহে আৰু এনে উপদেশ তোমালোকৰ ওচৰলৈ লৈ নাহে, তেনেলোকক ঘৰত গ্ৰহণ নকৰিবা আৰু শুভেচ্ছাও নজনাবা।
\v 11 যি জনে তেনেলোকক শুভেচ্ছা জনায়, তেৱোঁ তেনেলোকৰ দুষ্কৰ্মৰ অংশীদাৰ হয়।
2018-08-07 00:03:00 +00:00
\s5
2022-05-13 17:38:09 +00:00
\p
\v 12 তোমালোকলৈ লিখিবৰ বাবে মোৰ অনেক কথা আছে আৰু সেইবোৰ চিঠি আকাৰে কাগজৰ পাতত লিখিবলৈ মই ইচ্ছা নকৰো৷ কিন্তু আমাৰ আনন্দ যেন সম্পূৰ্ণ হয়, সেয়েহে তোমালোকৰ ওচৰলৈ গৈ মুখা-মুখি হৈ কথা পাতিবৰ বাবে মই আশা কৰি আছো।
\v 13 তোমাৰ মনোনীত ভনীয়েৰাৰ সন্তান সকলে তোমাক শুভেচ্ছা জনাইছে।