Update '40-MAT.usfm'

This commit is contained in:
Franklin Devaraj 2022-06-16 04:18:57 +00:00
parent 456a02ffc0
commit b6789d7494
1 changed files with 8 additions and 8 deletions

View File

@ -1009,11 +1009,11 @@
\v 2 যীচুৱে উত্তৰ দি তেওঁলোকক কলে, “সন্ধিয়া হলে তোমালোকে কোৱা, ‘বতৰ ফৰকাল হব, কিয়নো আকাশ খন ৰঙা হৈছে।’
\s5
\p
\v 3 ৰাতিপুৱা কোৱা, ‘আজি ডাৱঁৰীয়া হব; কিয়নো আকাশ ৰঙা ও অন্ধকাৰ হৈছে।’ তোমালোকে আকাশৰ অৱস্থাৰ প্ৰভেদ বিচাৰ কৰিব জানা, অথচ সময়ৰ চিন বুজিব নোৱাৰা।
\v 3 ৰাতিপুৱা কোৱা, ‘আজি ডাৱঁৰীয়া হব; কিয়নো আকাশ ৰঙা ও অন্ধৰ হৈছে।’ তোমালোকে আকাশৰ অৱস্থাৰ প্ৰভেদ বিচাৰ কৰিব জানা, অথচ সময়ৰ চিন বুজিব নোৱাৰা।
\v 4 এই যুগৰ পাপী আৰু ব্যভিচাৰী লোক সকলে পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে৷ কিন্তু যোনাৰ চিনৰ বাহিৰে তেওঁলোকক আন একো চিন দেখুওৱা নহব।” তাৰ পাছত যীচুৱে তেওঁলোকক এৰি গুচি গল।
\s5
\p
\v 5 পাছত তেওঁৰ শিষ্য সকল সিপাৰলৈ আহিল, কিন্তু লগত পিঠা আনিবলৈ পাহৰিল।
\v 5 পাছত তেওঁৰ শিষ্য সকল সিপাৰলৈ আহিল, কিন্তু লগত পিঠা আনিবলৈ পাহৰিল
\v 6 যীচুৱে তেওঁলোকক কলে, “তোমালোকে শুনা! ফৰীচী আৰু চদ্দূকী সকলৰ খমিৰৰ পৰা সাৱধানে থাকিবা।”
\v 7 শিষ্য সকলে নিজৰ মাজত কোৱা-কুই কৰিলে, “আমি পিঠা অনা নাই কাৰণে তেওঁ এইদৰে কলে নেকি৷”
\v 8 এই কথা বুজিব পাৰি যীচুৱে কলে, “অল্পবিশ্বাসী সকল, তোমালোকে নিজৰ মাজত পিঠা লৈ নহাৰ কাৰণে এই কথা কৈছো বুলি কিয় আলোচনা কৰিছা?
@ -1055,7 +1055,7 @@
\c 17
\p
\v 1 ছয় দিনৰ পাছত যীচুৱে পিতৰ, যাকোব আৰু তেওঁৰ ভায়েক যোহনক লগত লৈ এটা ওখ পাহাৰৰ ওপৰলৈ উঠি গল।
\v 2 যীচুৱে তেওঁলোকৰ সন্মুখত অন্যৰূপ ধৰিলে; তেওঁৰ মুখ সূৰ্য্যৰ দৰে দীপ্তিমান আৰু বস্ত্ৰ পোহৰৰ নিচিনা শুক্ল হৈ গল।
\v 2 যীচুৱে তেওঁলোকৰ সন্মুখত অন্যৰূপ ধাৰণ কৰিলে; তেওঁৰ মুখ সূৰ্য্যৰ দৰে দীপ্তিমান আৰু বস্ত্ৰ পোহৰৰ নিচিনা শুক্ল হৈ গল।
\s5
\p
\v 3 তেতিয়া হঠাৎ মোচি আৰু এলিয়াই তেওঁলোকৰ কাষত উপস্থিত হৈ যীচুৰ লগত কথোপকথন কৰিলে।
@ -1094,7 +1094,7 @@
\v 23 লোক সকলে তেওঁক বধ কৰিব আৰু তিন দিনৰ দিনা তেওঁ পুনৰাই জী উঠিব৷” এই কথা শুনি শিষ্য সকল অতি দুঃখিত হ’ল৷
\s5
\p
\v 24 যীচু আৰু তেওঁৰ শিষ্য সকল কফৰনাহূমলৈ গল৷ যি সকল কৰ সংগ্ৰহকাৰী সকল পিতৰৰ ওচৰলৈ আহি কলে, “তোমালোকৰ গুৰুৱে মন্দীৰৰ কৰ নিদিয়ে নে?”
\v 24 যীচু আৰু তেওঁৰ শিষ্য সকল কফৰনাহূমলৈ গল৷ তাতে যি সকল কৰ সংগ্ৰহকাৰী সকল আছিল তেওঁলোক পিতৰৰ ওচৰলৈ আহি কলে, “তোমালোকৰ গুৰুৱে মন্দীৰৰ কৰ নিদিয়ে নে?”
\v 25 তেওঁ কলে “দিয়ে৷” ইয়াৰ পাছত পিতৰে ঘৰলৈ আহি, প্ৰথমে যীচুক জনালত, যীচুৱা কলে, “চিমোন, তোমাৰ মনত কি ভাব হয়? পৃথিৱীৰ ৰজা সকলে কোন লোকৰ পৰা কৰ বা মাচুল আদায় কৰে? নিজৰ সন্তানৰ পৰা নে আন লোকৰ পৰা?”
\s5
\p
@ -1122,13 +1122,13 @@
\v 11 কাৰণ যি হেৰাল, তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল।
\s5
\p
\v 12 তোমালোকে কি ভাবা? যদি কোনো এজন মানুহৰ এশটা মেষছাগ আছে আৰু তাৰ মাজৰ পৰা যদি এটা ভুল পথে গৈ হেৰাই যায়, তেতিয়া তেওঁ জানো নিৰানব্বৈটা মেষছাগক পাহাৰৰ দাঁতিত এৰি থৈ হেৰোৱা মেষছাগটোক বিচাৰি নাযাব?
\v 12 তোমালোকে কি ভাবা? যদি কোনো এজন মানুহৰ এশটা মেষ আছে আৰু তাৰ মাজৰ পৰা যদি এটা ভুল পথে গৈ হেৰাই যায়, তেতিয়া তেওঁ জানো নিৰানব্বৈটা মেষছাগক পাহাৰৰ দাঁতিত এৰি থৈ হেৰোৱা মেষছাগটোক বিচাৰি নাযাব?
\v 13 আৰু যদি হেৰোৱাটোক কেনেবাকৈ পায়, তেনেহলে মই তোমালোকক সঁচাকৈ কওঁ যে, ভুল পথে নোযোৱা সেই নিৰানব্বৈটা মেষছাগতকৈ, যিটো হেৰাই গৈছিল সেই মেষছাগটোক ঘূৰাই পোৱাত তেওঁ অধিক আনন্দ কৰিব।
\v 14 এইদৰে এই সৰু সকলৰ মাজৰ এটিও নষ্ট হোৱাটো স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে ইচ্ছা নকৰে।
\s5
\p
\v 15 কিন্তু তোমাৰ ভায়েৰাই যদি তোমাৰ বিৰুদ্ধে পাপ কৰে, তেনেহলে তেওঁ অকলে থাকোতেই ওচৰলৈ গৈ তেওঁৰ দোষ দেখুৱাই দিয়া। তেওঁ যদি তোমাৰ কথা শুনে, তেনেহলে তুমি তোমাৰ ভায়েৰাক ঘূৰাই পালা।
\v 16 কিন্তু যদি নুশুনে, তেনেহলে দুই এজন ভাইক তোমাৰ লগত লৈ যোৱা, যাতে দুই বা তিনি জন সাক্ষীৰ কথাত প্ৰত্যেকটো বিষয় সত্য বুলি প্ৰমাণিত হয়।
\v 16 কিন্তু যদি নুশুনে, তেনেহলে দুই এজন ভাইক তোমাৰ লগত লৈ যোৱা, যাতে দুই বা তিনি জন সাক্ষী লগত লৈ যাবা যাতে দুই বা তিনিজন সাক্ষীৰ কথাত প্ৰত্যেকটো বিষয় সত্য বুলি প্ৰমাণিত হয়।
\s5
\v 17 যদি তেওঁ তেওঁলোকৰ কথাও নুশুনে, তেনেহলে মণ্ডলীক জনাবা; মণ্ডলীৰ কথাও যদি নুশুনে, তেনেহলে তেওঁ তোমাৰ ওচৰত অনা-যিহূদী আৰু কৰ সংগ্ৰহকাৰী সকলৰ দৰে হওক।
\s5
@ -1142,12 +1142,12 @@
\s5
\v 23 স্বর্গৰাজ্যক এনেদৰে তুলনা দিয়া হয়; যেনেকৈ, এজন ৰজাই নিজৰ দাস সকলৰ ওচৰত হিচাব বিচাৰিলে৷
\v 24 যেতিয়া তেওঁ হিচাব লবলৈ আৰম্ভ কৰিলে, তেতিয়া তেওঁৰ আগলৈ এনে এজন দাসক অনা হ’ল, যি জনৰ ৰজাৰ ওচৰত দহ হাজাৰ ৰূপৰ \f + \ft ইংৰাজী বাইবেলত talents বুলি লিখা আছে, প্ৰায় এজন লোকৰ পোন্ধৰ বছৰৰ পাৰিশ্ৰমিকৰ সমান \f* ঋণ আছিল।
\v 25 কিন্তু পৰিশোধ কৰিবলৈয়ো তেওঁৰ ক্ষমতা নাছিল৷ তেতিয়া ৰজা জনে এই আদেশ দিলে যে, সেই লোক জনৰ সৈতে তেওঁৰ স্ত্ৰী, ল’ৰা-ছোৱালী আৰু তেওঁৰ সৰ্ব্বস্ব বিক্ৰী কৰি যেন ঋণ পৰিশোধ কৰা হয়।
\v 25 কিন্তু পৰিশোধ কৰিবলৈয়ো তেওঁৰ ক্ষমতা নাছিল৷ তেতিয়া ৰজাই আদেশ দিলে যে, সেই লোক জনৰ সৈতে তেওঁৰ স্ত্ৰী, ল’ৰা-ছোৱালী আৰু তেওঁৰ সৰ্ব্বস্ব বিক্ৰী কৰি যেন ঋণ পৰিশোধ কৰা হয়।
\s5
\v 26 তেতিয়া সেই দাসে মাটিত পৰি ৰজাৰ ভৰিত ধৰি কলে, ‘হে প্ৰভু, ধৈর্য ধৰক, মই আপোনাৰ আটাইখিনি ঋণ পৰিশোধ কৰিম।’
\v 27 তেতিয়া সেই ৰজা জনে মৰম কৰি সেই দাসক এৰি দিলে আৰু তাৰ ঋণো ক্ষমা কৰি দিলে।
\s5
\v 28 পাছত সেই দাসে বাহিৰলৈ গৈ তেওঁৰ এজন সহকর্মীক দেখা পালে৷ তাৰ ওচৰত সেই সহকর্মী জনৰ প্ৰায় এশ মুদ্ৰা \f + \ft মুদ্ৰা, ইংৰাজী বাইবেলত “denari” বুলি লিখা আছে। \f* ঋণ আছিল৷ দাস জনে সেই সহকৰ্মী জনৰ ডিঙি চেপি কলে, ‘তই যি মুদ্ৰা ধাৰে লৈছিলি, সেই মুদ্ৰা এতিয়া পৰিশোধ কৰ’।
\v 28 পাছত সেই দাসে বাহিৰলৈ গৈ তেওঁৰ এজন সহকর্মীক দেখা পালে৷ তাৰ ওচৰত সেই সহকর্মী জনৰ প্ৰায় এশ মুদ্ৰা \f + \ft মুদ্ৰা, ইংৰাজী বাইবেলত “denari” বুলি লিখা আছে। \f* ঋণ আছিল৷ তাতে দাস জনে সেই সহকৰ্মী জনৰ ডিঙি চেপি কলে, ‘তই যি মুদ্ৰা ধাৰে লৈছিলি, সেই মুদ্ৰা এতিয়া পৰিশোধ কৰ’।
\v 29 তেতিয়া তাৰ সহকৰ্মী জনে মাটিত পৰি কাকুতি-মিনতি কৰি কলে, ‘ধৈর্য ধৰক, মই আপোনাৰ সকলো ধাৰ পৰিশোধ কৰিম’।
\s5
\v 30 কিন্তু তেওঁ সন্মত নহল৷ বৰং পৰিশোধ নকৰা পর্যন্ত তেওঁক বন্দীশালত বন্দী কৰি থলে।