Update '01-GEN.usfm'
This commit is contained in:
parent
9ff17e85f3
commit
8407faa2f4
37
01-GEN.usfm
37
01-GEN.usfm
|
@ -8,9 +8,10 @@
|
|||
\c 1
|
||||
\s1
|
||||
\p সৃষ্টি
|
||||
\s1
|
||||
\s5
|
||||
\p প্ৰথম দিন
|
||||
\s1
|
||||
\s5
|
||||
\p
|
||||
\v 1 আদিতে ঈশ্বৰে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে।
|
||||
\v 2 পৃথিবীৰ আকাৰ নাছিল আৰু সম্পূর্ণ শূণ্য আছিল; তাৰ ওপৰত আন্ধাৰে ঢকা অগাধ জল আছিল আৰু ঈশ্বৰৰ আত্মা
|
||||
\f +
|
||||
|
@ -19,30 +20,33 @@
|
|||
\f +
|
||||
\ft ধুমুহা আৰু বিশাল সমূদ্ৰ
|
||||
\f* ওপৰত উমাই আছিল।
|
||||
\s5
|
||||
\s5
|
||||
\v 3 ঈশ্বৰে ক’লে, “পোহৰ হওক,” তেতিয়া পোহৰ হ’ল।
|
||||
\v 4 ঈশ্বৰে পোহৰক অতি উত্তম দেখিলে; তেওঁ আন্ধাৰৰ পৰা পোহৰক পৃথক কৰিলে।
|
||||
\v 5 পাছত ঈশ্বৰে পোহৰৰ নাম “দিন
|
||||
\f +
|
||||
\ft হিব্রু ধাৰণা অনুসৰি এটা সম্পূর্ণ দিন। সূৰ্য অস্তৰ পৰা সূর্য উদয়লৈ এটা দিন।
|
||||
\f* ” আৰু আন্ধাৰৰ নাম “ৰাতি” ৰাখিলে। এইদৰে গধূলি হ’ল আৰু পুৱা হোৱাত এ দিন হ’ল। পাছত ঈশ্বৰে পোহৰৰ নাম দিন, আৰু আন্ধাৰৰ নাম ৰাতি ৰাখিলে। গধূলি আৰু পুৱা হোৱাত প্রথম দিন হ’ল।
|
||||
\s1
|
||||
\s5
|
||||
\p দ্বিতীয় দিন
|
||||
\s1
|
||||
\s5
|
||||
\p
|
||||
\v 6 তাৰ পাছত ঈশ্বৰে ক’লে, “জলৰ মাজত ভাগ হৈ এক বিস্তৃত মোকলি অংশ হওঁক আৰু ই জলক দুভাগ কৰক।”
|
||||
\v 7 এইদৰে ঈশ্বৰে জলৰ মাজত এক মোকলি অংশৰ সৃষ্টি কৰিলে আৰু তলত থকা জল ভাগৰ পৰা ওপৰৰ জল ভাগক পৃথক কৰিলে; তাতে তেনেদৰেই হ’ল।
|
||||
\v 8 ঈশ্বৰে সেই বিস্তৃত মোকলি অংশৰ নাম “মহাকাশ” ৰাখিলে। গধূলি আৰু পুৱা হ’লত, দ্বিতীয় দিন হ’ল।
|
||||
\s1
|
||||
\s5
|
||||
\p তৃতীয় দিন
|
||||
\s1
|
||||
\s5
|
||||
\p
|
||||
\v 9 তাৰ পাছত ঈশ্বৰে ক’লে, “আকাশৰ তলত থকা জল ভাগ এক ঠাইত আহি গোট খাওঁক আৰু শুকান ভূমি ওলাওক;” তেতিয়া তেনেদৰেই হ’ল।
|
||||
\v 10 ঈশ্বৰে শুকান ভূমিৰ নাম স্থল আৰু গোট খোৱা জল ভাগৰ নাম সমুদ্ৰ হ’ল; তেতিয়া ঈশ্বৰে ইয়াক উত্তম দেখিলে।
|
||||
\v 11 ঈশ্বৰে ক’লে, “ভূমিয়ে ঘাঁহ-বন, শস্য উৎপাদনকাৰী উদ্ভিদ আৰু বীজ থকা গছ উৎপন্ন কৰক; বিভিন্ন ধৰণৰ ভিতৰত গুটি থকা ফলৰ গছ স্থলভাগৰ ওপৰত গজি উঠক।” তাতে তেনেদৰেই হ’ল;
|
||||
\v 12 ভূমিত ঘাঁহ-বন, শস্যদায়ী উদ্ভিদ আৰু বীজ থকা গছ উৎপন্ন হ’ল; বিভিন্ন ধৰণৰ ফলৰ গছ হ’ল আৰু ফলৰ ভিতৰত গুটি হ’ল। তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে।
|
||||
\v 13 গধূলি আৰু পুৱা হোৱাৰ পাছত তৃতীয় দিন হ’ল।
|
||||
\s1
|
||||
\s5
|
||||
\p চতুর্থ দিন
|
||||
\s1
|
||||
\s5
|
||||
\p
|
||||
\v 14 তাৰ পাছত ঈশ্বৰে ক’লে, “পোহৰ হ’বলৈ আকাশত অনেক জ্যোতিবোৰ হওঁক; সেই পোহৰে ৰাতিৰ পৰা দিনক পৃথক কৰক। সেইবোৰ বেলেগ বেলেগ ঋতু, দিন আৰু বছৰৰ চিন ৰূপে ব্যৱহাৰ হওঁক।
|
||||
\v 15 সেইবোৰে পৃথিবীৰ ওপৰত পোহৰ দিবলৈ আকাশত প্ৰদীপস্বৰূপ হওঁক।” তেতিয়া তেনেদৰেই হ’ল।
|
||||
\s5
|
||||
|
@ -50,9 +54,10 @@
|
|||
\v 17 ঈশ্বৰে সেইবোৰক আকাশৰ মাজত স্থাপন কৰিলে যাতে সেইবোৰে পৃথিবীৰ ওপৰত পোহৰ দিয়ে;
|
||||
\v 18 দিন আৰু ৰাতিৰ ওপৰত অধিকাৰ চলায় আৰু আন্ধাৰৰ পৰা পোহৰক পৃথক কৰে। তেতিয়া ঈশ্বৰে ইয়াক উত্তম দেখিলে।
|
||||
\v 19 গধূলি আৰু পুৱা হোৱাৰ পাছত চতুৰ্থ দিন হ’ল।
|
||||
\s1
|
||||
\s5
|
||||
\p পঞ্চম দিন
|
||||
\s1
|
||||
\s5
|
||||
\p
|
||||
\v 20 তাৰ পাছত ঈশ্বৰে ক’লে, “বিভিন্ন প্রাণীৰে জল ভাগ পূর্ণ হওঁক আৰু পৃথিবীৰ ওপৰ ভাগত আকাশৰ মাজত চৰাইবোৰ উড়ি ফুৰক।”
|
||||
\v 21 এইদৰে ঈশ্বৰে দনৱ যেন সাগৰীয় প্রাণী, জলৰ মাজত বিচৰণ কৰা বিভিন্ন প্রকাৰৰ উৰগ
|
||||
\f +
|
||||
|
@ -60,14 +65,16 @@
|
|||
\f* প্রাণী আৰু নানাবিধ ডেউকা থকা চৰাই সৃষ্টি কৰিলে; তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে।
|
||||
\v 22 ঈশ্বৰে সেইবোৰক আশীৰ্ব্বাদ কৰি ক’লে, “বংশ বৃদ্ধি কৰি তোমালোকে নিজৰ সংখ্যা বঢ়াই তোলা আৰু সমুদ্ৰবোৰৰ পানী পৰিপূৰ্ণ কৰা; পৃথিবীৰ ওপৰত চৰাইবোৰেও নিজৰ সংখ্যা বৃদ্ধি কৰক।”
|
||||
\v 23 গধূলি আৰু পুৱা হোৱাৰ পাছত পঞ্চম দিন হ’ল।
|
||||
\s1
|
||||
\s5
|
||||
\p ষষ্ঠ দিন
|
||||
\s1
|
||||
\s5
|
||||
\p
|
||||
\v 24 তাৰ পাছত ঈশ্বৰে ক’লে, “পৃথিৱীত বিভিন্ন ধৰণৰ প্ৰাণী উৎপন্ন হওঁক; ঘৰচীয়া পশু, বগাই ফুৰা প্ৰাণী আৰু নানা বিধ বনৰীয়া জন্তু উৎপন্ন হওঁক।” তাতে তেনেকুৱাই হ’ল।
|
||||
\v 25 ঈশ্বৰে বিভিন্ন বনৰীয়া জন্তু, বিভিন্ন ঘৰচীয়া পশু আৰু মাটিত বগাই ফুৰা বিভিন্ন প্ৰাণী নিৰ্মাণ কৰিলে। তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে।
|
||||
\s1
|
||||
\s5
|
||||
\p মনুষ্য নিৰ্মাণ
|
||||
\s1
|
||||
\s5
|
||||
\p
|
||||
\v 26 তাৰ পাছত ঈশ্বৰে ক’লে, “আমি নিজৰ প্ৰতিমুৰ্ত্তিৰ দৰে আমাৰ সাদৃশ্যেৰে মানুহ নিৰ্মাণ কৰোঁহক; তেওঁলোকে সমুদ্ৰৰ মাছ, আকাশৰ চৰাই, ঘৰচীয়া পশু, সমুদায় পৃথিৱী আৰু পৃথিবীত বগাই ফুৰা প্রাণীৰ ওপৰত অধিকাৰ চলাওঁক।”
|
||||
\v 27 তেতিয়া ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰে মানুহ সৃষ্টি কৰিলে; ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰেই মানুহ সৃষ্টি কৰিলে; তেওঁ তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি সৃষ্টি কৰিলে।
|
||||
\v 28 পাছত ঈশ্বৰে তেওঁলোকক আশীৰ্ব্বাদ কৰি ক’লে, “তোমালোক বহুবংশ হোৱা; বাঢ়ি বাঢ়ি পৃথিবীখন পৰিপূৰ্ণ কৰা আৰু তাক বশীভুত কৰা; সমুদ্ৰৰ মাছ; আকাশৰ চৰাই, আৰু পৃথিবীৰ ওপৰত বিচৰণ কৰা সকলো প্রাণীৰ ওপৰত অধিকাৰ চলোৱা।”
|
||||
|
|
Loading…
Reference in New Issue