India_BCS_as_irv_gal_book/gal/headers.json

75 lines
5.8 KiB
JSON

[
{
"tag": "id",
"content": "GAL EN_IRV as_Assamese_ltr Assamese Old Version Revision Tue Sep 24 2019 20:38:23 GMT+0530 (India Standard Time) tc"
},
{
"tag": "usfm",
"content": "3.0"
},
{
"tag": "ide",
"content": "UTF-8"
},
{
"tag": "rem",
"content": "copyright Information: Creative commons Attribution- ShareAlike 4.0 License"
},
{
"tag": "h",
"content": "গালা"
},
{
"tag": "toc1",
"content": "গালাতীয়া সকলৰ প্রতি পত্র"
},
{
"tag": "toc2",
"content": "গালাতীয়া"
},
{
"tag": "toc3",
"content": "গালা"
},
{
"tag": "mt1",
"content": "গালাতীয়া সকলৰ প্রতি পত্র"
},
{
"tag": "imt",
"content": "‘গালাতীয়া পত্র’ৰ পাতনি"
},
{
"tag": "im",
"content": "‘গালাতীয়া পত্র’ খন পাঁচনি পৌলে লিখিছিল (1:1)। যীচু খ্রীষ্টৰ জন্মৰ পাছত প্রায় 48 পৰা 57 বছৰৰ ভিতৰত গালাতীয়াত থকা মণ্ডলীবোৰলৈ পৌলে এই পত্র লিখিছিল। গালাতীয়া লোকসকল সম্ভৱত ৰোম প্রদেশৰ গালাতীয়াত বাস কৰিছিল। পৌলে পত্র লিখাৰ সময়ত, তেওঁ ক’ত আছিল, সেই বিষয়ত পণ্ডিত সকল সঠিক নহয়; কিন্তু সম্ভৱত ‘ইফিচ’ আৰু ‘কৰিন্থ’ এই দুখন নগৰতে তেওঁ আছিল।"
},
{
"tag": "ip",
"content": "পৌলে খ্ৰীষ্টৰ অনুসৰণকাৰী সকলক সম্বোধন কৰি, গালাতীয়াৰ মণ্ডলী সমূহত থকা ইহুদী আৰু অনা ইহুদী উভয় ব্যক্তিলৈ উদ্দেশ্য কৰি লিখিছিল। তেওঁ বিশেষকৈ ভুল শিক্ষাৰ সন্মুখীন হোৱাৰ বিষয়ে লিখিছিল। বিশেষকৈ চুন্নৎৰ বিষয়ে পুৰণি নিয়মত যি উল্লেখিত আছে, সেই শিক্ষাই খ্রীষ্টীয়ান সকলক যে ইহুদীৰ বিধান অনুসৰণ কৰিবলৈ নকয়, সেই বিষয়ে উল্লেখ কৰিছে। খ্রীষ্টীয়ান সকলৰ ভিতৰত কিছু সংখ্যক দল আছে যাক যিহূদা নিবাসী বুলি কয়, তেওঁলোকে অনা-ইহুদী খ্রীষ্টীয়ান লোক সকলে চুন্নৎ কৰাটো বিচাৰিছিল, আৰু পৌলৰ পাঁচনিবাবৰ ক্ষমতাৰ বিষয়েও প্রশ্ন কৰিছিল। পৌলে নিজৰ কিছুমান কাহিনী কৈ তেওঁৰ পাঁচনি বাবৰ প্রতিৰক্ষা কৰে (1:11, 2:14)। একমাত্ৰ যীচু খ্রীষ্টক বিশ্বাস কৰাৰ দ্বাৰাই যে, পৰিত্রাণ পোৱা যায়, সেই বিষয়ে ব্যখ্যা কৰি শুভবাৰ্ত্তাক সুৰক্ষিত কৰে (2:16); আৰু এয়া যে, মানুহে কৰিব নোৱাৰে কিন্তু ঈশ্বৰে দেখুওৱা দয়াৰহে পৰিণাম, এই বিষয়ে উল্লেখ কৰে।"
},
{
"tag": "iot",
"content": "tচমু বিৱৰণঃ"
},
{
"tag": "io",
"content": "পৌলে গালাতীয়াৰ মণ্ডলীবোৰলৈ সম্ভাষণ জনায় তেওঁৰ পত্র আৰম্ভ কৰিছে\\ior (1:1-5)।\\ior*"
},
{
"tag": "io",
"content": "পৌলে নিজৰ পটভূমিৰ পৰা কিছুমান কথা ব্যখ্যা কৰি নিজৰ শিক্ষা দিয়াৰ অধিকাৰ সুৰক্ষিত কৰিছে। তেওঁ বিধানৰ দ্বাৰা জীৱন যাপন কৰিবলৈ চেষ্টা কৰা, আৰু এয়া যে কাৰ্যকৰী নহ’ল, সেই বিষয়ে দেখুৱাইছে \\ior (1:6, 2:21)।\\ior*"
},
{
"tag": "io",
"content": "পৰবৰ্তী বিষয় হৈছে, বিধানৰ নিয়ম বাখ্যা আৰু পৰিত্রাণৰ অনুগ্রহ \\ior (3-4)।\\ior*"
},
{
"tag": "io",
"content": "তাৰ পাছত তেওঁ ভাল খ্রীষ্টীয় জীৱনৰ কাৰণে কিছুমান সাধাৰণ নিৰ্দেশ দিছে \\ior (5-6:10)।\\ior*"
},
{
"tag": "io",
"content": "পৌলে শুভেচ্ছা জনায় আৰু ঈশ্বৰৰ দ্বাৰাই পৰিৱৰ্তন হোৱা নতুন জীৱন যে বাহিৰা নিয়ম নীতিতকৈ যেনে চুন্নৎ কৰাতকৈ বহু বেছি গুৰুত্বপূৰ্ণ, সেয়ে এই বিষয় মনত ৰাখিবলৈ অনুৰোধ কৰি তেওঁৰ পত্র সমাপ্ত কৰে \\ior (6:11-18)।\\ior*"
}
]